“মায়াবিনী ৰাতিৰ বুকুত” (Mayabini Ratir Bukut) Lyrics) শীৰ্ষক গীতটি ২০০১ চনৰ মুনিন বৰুৱাৰ দ্বাৰা পৰিচালিত “দাগ” ছবিখনৰ অংশ। এই গীতটিত কণ্ঠদান কৰিছে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। লগতে, গীতটিৰ কথা আৰু সংগীত পৰিচালনাও নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে কৰা।
| কথাছবি | দাগ(2001) |
| কণ্ঠ | জুবিন গাৰ্গ |
| সংগীত | জুবিন গাৰ্গ |
| কথা | জুবিন গাৰ্গ |
মায়াবিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি
হিয়াৰ কোণত…
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা টোপাল
নামি অহা, ৰ’দৰে নৈ
মোৰ দেহত প্ৰতি পুৱা
ধুমুহাৰ স’তে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ
শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত।
প্ৰতি শৰতৰ প্ৰভাতি ফুলে
ক’ব তোমাকেই মোৰ কথা
প্ৰতি মেঘালী নিশা জোনে
ক’ব তোমাকেই মোৰ বেথা
ধুমুহাৰ স’তে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ
শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত।
দুচকুলে তোমাৰ চালে
সপোন আঁতৰি দিঠক নামে
চুব খুজিলেই মোৰ দুহাতে
দিঠক আঁতৰি সপোন আহে
ধুমুহাৰ স’তে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ
শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত
মায়াবিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি
হিয়াৰ কোণত…
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা টোপাল
নামি অহা ৰ’দৰে নৈ
মোৰ দেহত প্ৰতি পুৱা।।
Mayabini Lyrics in English
Mayabini ratir bukut
Dekha palu tumar chobi
Dhora dila gupone ahi
Hiyar kunot
Tumi je mur xukan monot
Niyorore sesha tupal
Nami oha rodore noi
Mur dehot proti puwa
Dhumuhar sote mur
Bohu jugore nasun
Endharu socha mur
Bohu dinore apun
Nijanor gaan mur
Sekh hobo bhabu tumar bukut
Proti sorotor provati fule
Kobo tumakei mur kotha
Proti meghali nisha june
Kobo tumakei mur betha
Dhumuhar sote mur
Bohu jugore nasun
Endharu socha mur
Bohu dinore apun
Nijanor gaan mur
Sekh hobo bhabu tumar bukut
Duchokute tumar sale
Xopun aatori dithok naame
Subo khujilei mur duhate
Dithok atori xopun ahe
Dhumuhar sote mur
Bohu jugore nasun
Endharu socha mur
Bohu dinore apun
Nijanor gaan mur
Sekh hbo bhabu tumar bukut
Mayabini ratir bukut
Dekha palu tumar chobi
Dhora dila gupone ahi
Hiyar kunot
Tumi je mur xukan monot
Niyorore sesha tupal
Nami oha rodore noi
Mur dehot proti puwa
নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সংগীতৰাজীৰ ভিতৰত মায়াবিনী গীতটোও এটা অন্যতম গীত। প্ৰেমৰ প্ৰতীক ৰূপী এই গীতটো সদায় অসমীয়াৰ মাজত জনপ্ৰিয় হৈ আছে আৰু থাকিব।
.jpg)
0 Comments