Bohag Bihu 2026 - Rongali Bihu - বহাগ বিহু (ৰঙালী বিহুৰ শুভেচ্ছা) - Assamese New Year Greetings

 

 ৰঙালী বিহুৰ শুভেচ্ছা - Bohag Bihu Greetings, Images


 









Happy Bohag Bihu 2025

Happy Rongali Bihu 2025

Assamese New Year 


চ'তে গৈয়ে গৈয়ে ব'হাগে পালেহি
ফুলিলে ভেবেলি লতা
কৈয়ে থাকো মানে ওৰকে নপৰে 
ব'হাগৰ বিহুৰে কথা ||


"অতিকৈ চেনেহৰ মুগাৰে মহুৰা অ তাতোকৈ চেনেহৰ ঐ মাকো ,
তাতোকৈ চেনেহৰ অ বহাগৰ বিহুটি ঐ নাপাতি কেনেকৈ থাকো"


















Post a Comment

0 Comments