আমি সকলোৱে ঔটেঙা বিভিন্ন ব্যঞ্জন বনাই খাওঁ। বহুতে ঔটেঙা মাছৰ সৈতে বা বিভিন্ন পদ্ধতিৰে আঞ্জা বনাই খায়। লগতে বেছিসংখ্যক মানুহে ঔটেঙাৰ আচাৰো বনায়। …